এবাউট আচ্

/এবাউট আচ্
এবাউট আচ্ 2018-10-23T10:56:14+00:00

শ্রেষ্ঠতা আৰু উদ্ভাবনৰ দ্বাৰা অনুপ্রাণিত

আমি এক উচ্চ মানদন্দৰ প্রশস্ত পৰিসৰৰ শিক্ষণ আৰু পাঠ্যক্ৰম বহিৰ্ভূত কাৰ্যক্ৰম প্রদান কৰো।

1968 চনত প্রতিস্থিত হোৱা,ইন্দ্র মাৰ্শ্বল পাৱাৰ প্রাইভেট লিমিটেড কেন্দ্রীয় ভাৰতৰ বিশাল আৰু অতি পুৰণা কৃষি ভিত্তিক অভিযান্ত্রিক কোম্পানী ।ভালদৰে সুসজ্জিত আধাৰিক সংৰচনা সুবিধাৰ সৈতে লঘূ অভিযান্ত্রিক পণ্য প্রস্তুতকৰ্তা, শ্রেষ্ঠ সুৰক্ষা পদ্ধতি আৰু কৰ্মচাৰীৰ সুবিধা কেন্দ্রিক।ইয়াৰ দূৰদৰ্শী ব্যবস্থাপনা নীতি আৰু অনন্য গবেষণা আৰু উন্নয়নৰ সম্পূৰ্ণ সুযোগ গ্রহণ কৰি-ইয়াৰ বৰ্তমান প্রতি বছৰে 100000 ইঞ্জিন আৰু পাম্পচেট প্রস্তুত কৰাৰ ধাৰণক্ষমতা আছে । ইন্দ্র মাৰ্শ্বলে বৰ্তমান এক প্রসস্ত পৰিসৰত কৃষি সম্পৰ্কীয় যন্ত্রপাতি যেনে পাৱাৰ টিলাৰ,ৰোটাৰী টিলাৰ, ডিজেল ইঞ্জিন, পাম্পচেট, জেনচেট, আৰু এয়াৰ কম্প্রেচৰকে ধৰি বিশিষ্ট পণ্য উৎপাদন কৰে।বাস্তবিকতে, ইন্দ্র মাৰ্শ্বলৰ ওচৰত সকলোতকৈ বৃহত আৰু বিশাল পৰিসৰৰ পাম্পচেট আছে আৰু সকলো পণ্য আইএচআই মাৰ্ক থকা ।

পণ্যসমূহ চাওঁক
0+
বছৰৰ অভিজ্ঞতা
0
উৎপাদনৰ ক্ষমতা
0
ৰাজ্য আবৃত
0
উৎপাদক পৰিসৰ

ইতিহাস

ইন্দ্র মাৰ্শ্বলে কৃষি আৰু কৃষি অভিযান্ত্রিক বস্তুৰ লগত দীঘলীয়া আৰু উন্নতিশীল ভাবে জড়িত থকা ইয়াৰ 50তম বাৰ্ষিকী চিহ্নিত কৰিছে ।ইন্দ্র মাৰ্শ্বলৰ ইতিহাস ডিজেল ইঞ্জিন আৰু পাম্পচেটৰ উন্নতিৰ সময়ৰসৈতে একেলগে হৈছিল,যি স্থাপন কৰিছিল স্বৰ্গীয় শ্রী জয় নাৰায়ণ জী জৱাহৰে। ইন্দ্র মাৰ্শ্বল কেন্দ্রীয় ভাৰতৰ এক শ্রেষ্ঠতম উদ্যোগীয় এলেকাত 80,000বৰ্গ ফুট জুৰি বিয়পি আছে।2004 চনৰ পৰাই কোম্পানীটোৱে কিৰলোচকাৰৰ নিমিত্তে মূল যন্ত্রপাতি উৎপাদক হিচাপে উৎপাদন কৰি আহিছে আৰু প্রতি বছৰে অবিৰতভাবে বৃদ্ধি পাই আহিছে। ইন্দ্র মাৰ্শ্বলৰ প্রকৃত যাত্ৰা 2005 চনত আৰম্ভ হয়, যত ই নিজৰ ব্রেন্ডৰ দ্বাৰা উৎপাদিত পণ্য প্রবৃত্ত কৰে আৰু তেতিয়াৰ পৰা, প্রতি বছৰে ইন্দ্র মাৰ্শ্বলে নতুন উচ্চতা অৰ্জন কৰিছে আৰু ইয়াৰ লক্ষ্য অতিক্ৰম কৰিছে আৰু বৰ্তমান আধা নিযুততকৈও অধিক সন্তুষ্ট গ্রাহকে ভৰতবৰ্ষ আৰু ইজিপ্তত ইন্দ্র মাৰ্শ্বল ব্রেন্ডেড পণ্য ব্যবহাৰ কৰে। ইন্দ্র মাৰ্শ্বল গ্রাহকৰ ভিত্তিত অন্তৰ্ভূক্ত আছে কৃষক, চৰকাৰী বিভাগ, শিল্প উদ্যোগ ইত্যাদি।নিজৰ ব্রেন্ডৰ উৎপাদনৰ বাহিৰেও, বৰ্তমান ইন্দ্র মাৰ্শ্বল, উষা ইন্টাৰনেশ্বনেল লিমিটেড, এএচপিইই, গ্রীভচ্ কটন, শ্রী ৰাম পালচাৰ আদিৰ দ্বৰে বহুতো কোম্পানীৰ পচন্দৰ অ”ইএম সৰবৰাহকাৰী।

এতিয়াই যোগদান কৰক সাময়িক ভাবে ৰেহাই মূল্য আপোনাৰ মেইলত প্রতক্ষ্যভাবে পাবৰ কাৰণে

এক উজ্বল ভবিষ্যত গঢ়িবৰ বাবে ইন্দ্র মাৰ্শ্বলৰ অংশ হওঁক।